Hosted by Dailymotion. For legal issues report at the Copyright Center, report us on DMC, or use the Instant Removal tool.
VN20241029_134327
C
Charaideo news
0 Views • Oct 30, 2024
Description
সমাগত শ্ৰীকৃষ্ণ ৰাসলীলা৷
চৰাইদেউৰ দলবাগান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত শ্ৰীকৃষ্ণ ৰাসলীলাৰ লাইখুটা স্থাপন৷
প্ৰান্তে প্ৰান্তে এতিয়া ৰাসক লৈ চলিছে ব্যপক প্ৰস্তুতি৷ অন্য প্ৰান্তৰ দৰে চৰাইদেউ জিলাৰ দলবাগানত অহা ১৫ নবেম্বৰৰ পৰা দুদিনীয়াকৈ উদযাপন কৰা হ’ব প্ৰথম চৰাইদেউ কেন্দ্ৰীয় শ্ৰীকৃষ্ণ ৰাসলীলা মহোৎসৱ৷এই মহোৎসৱৰ লাইখুটা স্থাপন কৰা হয়৷ লাইখুটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে৷উল্লেখ্য যে মাংগলিক ধৰ্মীয় পৰম্পৰাৰে লাইখুটা স্থাপন কৰা শ্ৰীকৃষ্ণ ৰাসক লৈ চলিছে ব্যাপক প্ৰস্তুতি৷