Skip to content
ReePrime
Loading formats...

Ami Axomia || Lyrical visualizer

R
Rizwan Shakir

6 views • Nov 25, 2022

Description

'Ami Axomia' is an Assamese song by Rizwan Shakir, written by Rony Farhat


Lyrics:

আমি অসমীয়া, আমি অসম দেশৰ ডেকা
আমি অসমীয়া, বীৰ লাচিতৰ ডেকা

অসমীয়া জাতি মহা-বাহুৰ পাৰৰ
শিষ্য হয় শঙ্কৰদেৱৰ
সাত ভনীৰ মাজত আছো আজি
প্ৰাকৃতিক সম্পদ আছে ভৰি

দেশত গঢ়িম আমি শান্তিৰ ভেটি
বান্ধি ৰাখি একতাৰ যৰী

বাৰে-বৰণীয়া আমাৰ কৃষ্টি
উজলি উঠে অসমীয়া জাতি
নাঙলৰ মুঠিত ধৰি কৰো খেতি
অসম দেশ কৰিম সোণোৱালী

লাচিতে গঢ়া মোমাই কটা গড়
কদাপিও নহও আমি কুৎচিত পৰ
যদি লোৱা নাই হেংডাং
আঘাত হব নিদিও জাতিৰ মান


জয় আই অসম |

Discover more