Loading formats...
বানাক্ৰান্ত ৰাইজৰ বাবে নিজৰ দোকানৰ নতুন কাপোৰ দিলে আব্দুল মতিন শ্বেখে
Description
বঙাইগাঁও : উত্তৰ শালমাৰাৰ ব্যৱসায়ী আব্দুল মতিন শ্বেখে শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ বানাক্ৰান্ত লোকসকলক প্ৰায় ৬৫ হাজাৰ টকাৰ নতুন বস্ত্ৰ যোগানৰ ব্যৱস্থা কৰিছে ৷মানৱতাৰ স্বাৰ্থত আগবঢ়োৱা এই সাহায্য সামগ্ৰীখিনি বানপীড়িত লোকসকলৰ মাজত বিতৰণৰ বাবে শ্বেখে বঙাইগাঁও আছু আৰু প্ৰেছ ক্লাবৰ হাতত বস্ত্ৰখিনি অৰ্পণ কৰে ৷আব্দুল মতিন শ্বেখে কয়, "দুৰ্যোগৰ সময়ত জাতি-ধৰ্ম-বৰ্ণৰ ঊৰ্ধ্বত উঠি অসহায় মানুহৰ কাষত থিয় দিয়াটোৱেই সকলোৰে নৈতিক দায়িত্ব ।" সমাজৰ প্ৰতিজন সক্ষম ব্যক্তি আৰু ব্যৱসায়ীক নিজৰ সামৰ্থ অনুসৰি বানপীড়িত লোকসকলক সহায় কৰিবলৈও তেওঁ আহ্বান জনায় ।উল্লেখ্য যে, ৰাজ্যত বানত এই পৰ্যন্ত ৮৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৭খন জিলাৰ ১.২৮ লাখৰো অধিক লোক বৰ্তমানো বানৰ কৱলত পৰিছে ৷লগতে পঢ়ক : আজি আহি আছে নাড্ডা, বানৰ উহ বিচাৰি যাব অৰুণাচল-নাগালেণ্ডলৈও : মৃতকৰ সংখ্যা ৮৭ জনলৈ বৃদ্ধি</a>
More from this user
02:00
कुवैत में अमेरिकी सैन्य बेस पर ईरान का ड्रोन हमला, डोनाल्ड ट्रंप ने दी 'आखिरी चेतावनी'; कच्चे तेल में फिर भारी उछाल!
ETVBHARAT
01:41
देशभर में मानसून का कहर, बिजली गिरने से 11 की मौत; बद्रीनाथ हाईवे पर लैंडस्लाइड में फंसे 200 यात्री!
ETVBHARAT
01:08
सतना में नाबालिग के साथ खौफनाक वारदात, नाबालिग से दुष्कर्म, विरोध करने पर मर्डर
ETVBHARAT
02:32
'जिससे RJD को नुकसान.. उसकी छुट्टी करिये', तेजस्वी यादव से भाई वीरेंद्र की मांग
ETVBHARAT
01:29
CM विजय और अभिनेत्री त्रिशा पर विवादित टिप्पणी! उदयनिधि स्टालिन को घर से उठा ले गई पुलिस, HC पहुंचा मामला
ETVBHARAT
01:53
डोनाल्ड ट्रंप की बढ़ी मुश्किलें, नए टैरिफ को लेकर न्यूयॉर्क समेत 25 राज्यों ने कोर्ट में ठोका मुकदमा!
ETVBHARAT
Related videos
02:48
ঘৰৰ ছোৱালী ঘৰলৈ উভতিল ! ৰাইজৰ বাবে কাম কৰাৰ হকে পুনৰ ৰাইজৰ দলকেই বাছি ল’লে জ্ঞানশ্ৰী বৰাই
ETVBHARAT
00:56
# জোনাইত ইক টুৰিজম, জাংগল ট্রেকিং, বনভোজ স্থলী, পৰিৱেশ অধ্যয়নৰ আদৰ্শ ক্ষেত্র পবা বৰ্ষাৰণ্যক পৰ্যটকৰ মাজত আকর্ষণ সৃষ্টি আৰু বনাঞ্চল সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে মিচিং মিচিং স্বায়ত
ETVBHARAT
00:44

02:15
ৰাইজৰ বাবে মুকলি হ'ল ডাউন টাউনৰ ভগদত্ত দ্বিতীয় উৰণসেতু
ETVBHARAT
00:44
# জোনাইত ইক টুৰিজম, জাংগল ট্রেকিং, বনভোজ স্থলী, পৰিৱেশ অধ্যয়নৰ আদৰ্শ ক্ষেত্র পবা বৰ্ষাৰণ্যক পৰ্যটকৰ মাজত আকর্ষণ সৃষ্টি আৰু বনাঞ্চল সংৰক্ষণৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে মিচিং মিচিং স্বায়ত
ETVBHARAT
06:20
তলা লাগিল কংগ্ৰেছ-ৰাইজৰ দলৰ মিত্ৰতাত ! গৌৰৱ গগৈয়েও দিলে সেউজ সংকেত
ETVBHARAT